ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সময় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সময়   বিশেষ্য

ಅರ್ಥ : ভোজন কৰাৰ নিশ্চিত সময়

ಉದಾಹರಣೆ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

ಸಮಾನಾರ್ಥಕ : বেলা

ಅರ್ಥ : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

ಉದಾಹರಣೆ : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

ಅರ್ಥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ಉದಾಹರಣೆ : সময় কাৰোবাবে ৰৈ নাথাকে

ಸಮಾನಾರ್ಥಕ : কাল, ক্ষণ, বেলা

ಅರ್ಥ : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

ಉದಾಹರಣೆ : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

ಸಮಾನಾರ್ಥಕ : মুহূর্ত

ಅರ್ಥ : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

ಉದಾಹರಣೆ : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

ಅರ್ಥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ಉದಾಹರಣೆ : এই কামটো কৰিবৰ সময় হʼল

ಸಮಾನಾರ್ಥಕ : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

ಅರ್ಥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ಉದಾಹರಣೆ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

ಸಮಾನಾರ್ಥಕ : কাল, যুগ