ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সম্বন্ধ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সম্বন্ধ   বিশেষ্য

ಅರ್ಥ : বিবাহ বা তাৰ নিশ্চয়

ಉದಾಹರಣೆ : মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল

ಅರ್ಥ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

ಉದಾಹರಣೆ : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

ಸಮಾನಾರ್ಥಕ : সম্পর্ক

ಅರ್ಥ : সম্বন্ধীয় হোৱা এক অৱস্থা

ಉದಾಹರಣೆ : সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে

ಅರ್ಥ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

ಉದಾಹರಣೆ : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

ಸಮಾನಾರ್ಥಕ : সম্পর্ক

ಅರ್ಥ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

ಉದಾಹರಣೆ : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

ಸಮಾನಾರ್ಥಕ : সম্পর্ক

ಅರ್ಥ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

ಉದಾಹರಣೆ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

ಸಮಾನಾರ್ಥಕ : মতলব, সম্পর্ক