ಅರ್ಥ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ಉದಾಹರಣೆ :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
ಸಮಾನಾರ್ಥಕ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
ಅರ್ಥ : আৰম্ভণিৰ পৰা শেষলৈকে
ಉದಾಹರಣೆ :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
ಸಮಾನಾರ್ಥಕ : আদ্যোপান্ত
ಅರ್ಥ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
ಉದಾಹರಣೆ :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
ಸಮಾನಾರ್ಥಕ : পূৰা
ಅರ್ಥ : যʼত একো কম হৈ থকা নাই
ಉದಾಹರಣೆ :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে