ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ಉದಾಹರಣೆ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ಸಮಾನಾರ್ಥಕ : জাক, পাল, সমুদায়
ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ಸಮಾನಾರ್ಥಕ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
ಅರ್ಥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ಉದಾಹರಣೆ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ಸಮಾನಾರ್ಥಕ : গোট, দʼম, সমষ্টি, ৰাশি
ಸ್ಥಾಪನೆ