ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আকাৰ, পৰিমাণ, গুণ, মূল্য, মহত্ব আদিৰ ক্ষেত্রত একে বুজোৱা:এক টকা এশ পইচাৰ সমান, আপুনি মোৰ দেউতাৰ নিচিনা
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : দৰে, নিচিনা, যেন, লেখিয়া, লেখীয়া
ಅರ್ಥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ಸಮಾನಾರ್ಥಕ : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমৰূপী, সাইলাখ, হুবহু
ಸ್ಥಾಪನೆ