ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো সভা বা সমাজৰ লগত জড়িত বা সন্মিলিত হোৱা ব্যক্তি
ಉದಾಹರಣೆ : তেওঁ ্ কেইবাটাও সংস্থাৰ সদস্য
ಸಮಾನಾರ್ಥಕ : মেম্বৰ, সদস্য
ಅರ್ಥ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
ಸಮಾನಾರ್ಥಕ : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, শিষ্ট, ৰুচিবান
ಸ್ಥಾಪನೆ