ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
ಉದಾಹರಣೆ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
ಸಮಾನಾರ್ಥಕ : অনুমোদন, স্বীকৃতি
ಅರ್ಥ : ওঁ বুলি কোৱা কার্য
ಉದಾಹರಣೆ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
ಸಮಾನಾರ್ಥಕ : হয়ভৰ
ಅರ್ಥ : সহমত প্রকাশ কৰা ভাব বা কার্য
ಉದಾಹರಣೆ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
ಸಮಾನಾರ್ಥಕ : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
ಅರ್ಥ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ಉದಾಹರಣೆ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
ಸ್ಥಾಪನೆ