ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সন্তুষ্টি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সন্তুষ্টি   বিশেষ্য

ಅರ್ಥ : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব

ಉದಾಹರಣೆ : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে

ಸಮಾನಾರ್ಥಕ : তৃপ্তি, পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তোষ

ಅರ್ಥ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

ಉದಾಹರಣೆ : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

ಸಮಾನಾರ್ಥಕ : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

ಅರ್ಥ : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব

ಉದಾಹರಣೆ : মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই

ಸಮಾನಾರ್ಥಕ : সন্তোষ

সন্তুষ্টি   বিশেষণ

ಅರ್ಥ : সন্তুষ্ট কৰোঁতা

ಉದಾಹರಣೆ : ৰাম নামে মনত সন্তুষ্টি দিয়ে