ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সন্তুষ্ট ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সন্তুষ্ট   বিশেষণ

ಅರ್ಥ : যিয়ে প্রসন্নতা লাভ কৰিছে

ಉದಾಹರಣೆ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ

ಸಮಾನಾರ್ಥಕ : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, হৃষ্ট

ಅರ್ಥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, হৃষ্ট

ಅರ್ಥ : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে

ಉದಾಹರಣೆ : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো

ಸಮಾನಾರ್ಥಕ : তুষ্ট, তৃপ্ত, প্রসন্ন, পৰিতুষ্ট, পৰিতৃপ্ত