ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সদন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সদন   বিশেষ্য

ಅರ್ಥ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ

ಉದಾಹರಣೆ : সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল

ಅರ್ಥ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ

ಉದಾಹರಣೆ : সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে

ಅರ್ಥ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়

ಉದಾಹರಣೆ : মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে

ಅರ್ಥ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে

ಉದಾಹರಣೆ : নাট্য সদন দর্শকেৰে ভৰি আছিল