ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়
ಉದಾಹರಣೆ : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়
ಸಮಾನಾರ್ಥಕ : যথার্থ্্তা
ಅರ್ಥ : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে
ಸಮಾನಾರ್ಥಕ : ঋত, ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্যতা
ಅರ್ಥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ಉದಾಹರಣೆ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ಸಮಾನಾರ್ಥಕ : ঠিক, যথার্থ, সঁ্চা
ಅರ್ಥ : যিটো বাস্তৱত আছে বা হৈছে
ಉದಾಹರಣೆ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
ಸಮಾನಾರ್ಥಕ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, ্ পার্থিৱ
ಸ್ಥಾಪನೆ