ಅರ್ಥ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ಉದಾಹರಣೆ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ಸಮಾನಾರ್ಥಕ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
ಅರ್ಥ : একেবাৰে ঠিক বা উচিত
ಉದಾಹರಣೆ :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
ಅರ್ಥ : যিটো নৈতিকতাৰে ভৰি আছে
ಉದಾಹರಣೆ :
আমি উচিত কাম কৰা উচিত
ಸಮಾನಾರ್ಥಕ : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
ಅರ್ಥ : যিটো নি্র্ধাৰিত বা নিশ্চিত
ಉದಾಹರಣೆ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ಸಮಾನಾರ್ಥಕ : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত