ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ಉದಾಹರಣೆ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ಸಮಾನಾರ್ಥಕ : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত
ಅರ್ಥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ಉದಾಹರಣೆ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ಅರ್ಥ : যি জন্ম হয়
ಉದಾಹರಣೆ : জন্মাজনৰ মৃত্যু নিশ্চিত
ಸಮಾನಾರ್ಥಕ : উপজাত, উৎপন্ন, জনিত, জন্মা, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সম্ভূত
ಸ್ಥಾಪನೆ