ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চুৰি বা ছল-কপট নকৰা ব্যক্তি
ಉದಾಹರಣೆ : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
ಅರ್ಥ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : সৎ লোকৰ আদৰ কৰা
ಸಮಾನಾರ್ಥಕ : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
ಅರ್ಥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ಸಮಾನಾರ್ಥಕ : ভাল, সাধু, সুজন, সৎ
ಸ್ಥಾಪನೆ