ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সজোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সজোৱা   ক্ৰিয়া

ಅರ್ಥ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

ಉದಾಹರಣೆ : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

ಸಮಾನಾರ್ಥಕ : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

ಅರ್ಥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

ಉದಾಹರಣೆ : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

ಸಮಾನಾರ್ಥಕ : ব্যৱস্থিত কৰা, লগোৱা

ಅರ್ಥ : আহাৰ সন্মুখত ৰখা

ಉದಾಹರಣೆ : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

ಸಮಾನಾರ್ಥಕ : পৰিৱেশন কৰা

ಅರ್ಥ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ಉದಾಹರಣೆ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

ಸಮಾನಾರ್ಥಕ : কৰা, বনোৱা