ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ಉದಾಹರಣೆ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
ಸಮಾನಾರ್ಥಕ : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
ಅರ್ಥ : এইমাত্র ওলোৱা বা হোৱা
ಉದಾಹರಣೆ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
ಸಮಾನಾರ್ಥಕ : তাজা, সতেজ
ಅರ್ಥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ಉದಾಹರಣೆ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ಸಮಾನಾರ್ಥಕ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
ಅರ್ಥ : জীৱিত ৰূপত
ಉದಾಹರಣೆ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
ಸಮಾನಾರ್ಥಕ : জীৱন্ত
ಸ್ಥಾಪನೆ