ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সজা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সজা   বিশেষ্য

ಅರ್ಥ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ

ಉದಾಹರಣೆ : ভাটৌটো সজাৰ পৰা উৰি গʼল

ಸಮಾನಾರ್ಥಕ : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা

ಅರ್ಥ : পাৰ ৰাখিবলৈ সজা বাহ

ಉದಾಹರಣೆ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে

ಸಮಾನಾರ್ಥಕ : পাৰ-বাহা, পাৰৰ বাহ

সজা   ক্ৰিয়া

ಅರ್ಥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ಉದಾಹರಣೆ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ಸಮಾನಾರ್ಥಕ : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা

ಅರ್ಥ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা

ಉದಾಹರಣೆ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে

ಸಮಾನಾರ್ಥಕ : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া

ಅರ್ಥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ಉದಾಹರಣೆ : কুমাৰে কলহ নি্র্মাণ কৰে

ಸಮಾನಾರ್ಥಕ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা

ಅರ್ಥ : ঘৰ বা দেৱাল আদি বনোৱা

ಉದಾಹರಣೆ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ಸಮಾನಾರ್ಥಕ : উঠোৱা, বনোৱা