ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সাহিত্যত থকা নায়িকাই নিজৰ মনৰ সকলো কথা কোৱা স্ত্রী
ಉದಾಹರಣೆ : ৰাজকুমাৰীয়ে নিজৰ সখীয়েকৰ লগত উদ্যানত বার্তালাপ কৰি আছিল
ಅರ್ಥ : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
ಉದಾಹರಣೆ : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
ಸಮಾನಾರ್ಥಕ : দোস্তী, বন্ধু, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সঙ্গী
ಅರ್ಥ : নাৰী বন্ধু
ಉದಾಹರಣೆ : আজি গীতাই তাইৰ বান্ধৱীক লগ কৰিবলৈ গৈছে
ಸಮಾನಾರ್ಥಕ : বান্ধৱী
ಸ್ಥಾಪನೆ