ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধ্বংস কৰা ব্যক্তি
ಉದಾಹರಣೆ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
ಸಮಾನಾರ್ಥಕ : ধ্বংসকাৰী, নাশী, বিনাশক, বিনাশী
ಅರ್ಥ : যি কাৰোবাক হত্যা কৰিছে
ಉದಾಹರಣೆ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ಸಮಾನಾರ್ಥಕ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ಅರ್ಥ : যাৰ পৰা প্রাণ নাশ হʼব পাৰে বা প্রাণ লওঁ্তা
ಉದಾಹರಣೆ : সি ্তেওঁৰ ওপৰত ্প্রাণনাশক আক্রমণ চলাইছিল
ಸಮಾನಾರ್ಥಕ : জীৱান্তক, প্রাণঘাতী, প্রাণনাশক, প্রাণহাৰক, প্রাণহাৰী, প্রাণান্তক, প্রাণান্তিক
ಸ್ಥಾಪನೆ