ಅರ್ಥ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
ಉದಾಹರಣೆ :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
ಸಮಾನಾರ್ಥಕ : সংস্কৃত ভাষা
ಅರ್ಥ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
ಅರ್ಥ : যাক পৰিশোধন কৰা হৈছে
ಉದಾಹರಣೆ :
সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : পৰিমার্জিত