ಅರ್ಥ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
ಉದಾಹರಣೆ :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
ಸಮಾನಾರ್ಥಕ : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযমন, সংযমী
ಅರ್ಥ : ইন্দ্রিয়ক বশ কৰা কার্য
ಉದಾಹರಣೆ :
সংযমৰ দ্বাৰাহে মানুহে সুখ-শান্তি প্রাপ্ত কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : আত্মসংযম, ইন্দ্রিয়জয়, ইন্দ্রিয়দমন