ಅರ್ಥ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
ಉದಾಹರಣೆ :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
ಸಮಾನಾರ್ಥಕ : মর্যাদাসম্পন্ন
ಅರ್ಥ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
ಉದಾಹರಣೆ :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
ಅರ್ಥ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
ಉದಾಹರಣೆ :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে