ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সুখ-দুখ অনুভব কৰিব পৰা এনে এক মানসিক বৃত্তি যাৰ কোনো বাহ্যিক প্রতিক্রিয়া নাথাকে
ಉದಾಹರಣೆ : কেতিয়াবা ভৱিষ্যতত ঘটিবলগীয়া ঘটনাৰো অনুভব হয় অশুদ্ধ শৰীৰ অনুভূতি শূন্য হয়
ಸಮಾನಾರ್ಥಕ : অনুভব, অনুভূতি, অনুভৱ
ಅರ್ಥ : বোধ ওপজা বৃত্তি বা শক্তি
ಉದಾಹರಣೆ : চেতনাই জীয়াই থকাৰ লক্ষণ
ಸಮಾನಾರ್ಥಕ : গমগতি, চম্বিত, চেতনা, জ্ঞান, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ಸ್ಥಾಪನೆ