ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ಉದಾಹರಣೆ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : খবৰ, বতৰা, বাতৰি, সমাচাৰ, সম্বাদ
ಅರ್ಥ : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ಉದಾಹರಣೆ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
ಸಮಾನಾರ್ಥಕ : খবৰ, খবৰ বাতৰি, বাতৰি, বার্তা, ্ সমাচাৰ
ಸ್ಥಾಪನೆ