ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সংজ্ঞা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সংজ্ঞা   বিশেষ্য

ಅರ್ಥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ಉದಾಹರಣೆ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

ಸಮಾನಾರ್ಥಕ : জ্ঞান, বোধ, বোধি, সজ্ঞান

ಅರ್ಥ : জ্ঞান আৰু বুদ্ধি

ಉದಾಹರಣೆ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ

ಸಮಾನಾರ್ಥಕ : চেতনা, বিচাৰ-বুদ্ধি

ಅರ್ಥ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়

ಉದಾಹರಣೆ : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য

ಸಮಾನಾರ್ಥಕ : নাম

ಅರ್ಥ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ

ಉದಾಹರಣೆ : তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে

ಸಮಾನಾರ್ಥಕ : বিশেষ্য