ಅರ್ಥ : সঞ্চিত বা একত্রিত কৰা
ಉದಾಹರಣೆ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ಸಮಾನಾರ್ಥಕ : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
ಅರ್ಥ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ಉದಾಹರಣೆ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ಸಮಾನಾರ್ಥಕ : আদায় কৰা