ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ಉದಾಹರಣೆ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : অংক
ಅರ್ಥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ಉದಾಹರಣೆ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
ಸಮಾನಾರ್ಥಕ : অংক, খণ্ড, নম্বৰ
ಅರ್ಥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ಉದಾಹರಣೆ : এক কোটি বহুত ডাঙৰ সংখ্যা
ಸಮಾನಾರ್ಥಕ : অংক, অঙ্ক, ৰাশি
ಅರ್ಥ : সংখ্যাৰ চিহ্ন
ಉದಾಹರಣೆ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
ಸಮಾನಾರ್ಥಕ : অংক, অঙ্ক
ಅರ್ಥ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
ಉದಾಹರಣೆ : আহতৰ সংখ্যা বহুত বেছি
ಸ್ಥಾಪನೆ