ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য
ಉದಾಹರಣೆ : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে
ಸಮಾನಾರ್ಥಕ : সঙ্কৰ
ಅರ್ಥ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
ಉದಾಹರಣೆ : প্রসাদ এবিধ মিশ্রণ
ಸಮಾನಾರ್ಥಕ : মিশ্রণ, সংমিশ্রণ
ಅರ್ಥ : সংকৰৰ পৰা উৎপন্ন
ಉದಾಹರಣೆ : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়
ಸಮಾನಾರ್ಥಕ : বর্ণ সংকৰ, সংকৰজ
ಸ್ಥಾಪನೆ