ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ಉದಾಹರಣೆ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ಸಮಾನಾರ್ಥಕ : ঠিক, যথার্থ, সত্য
ಅರ್ಥ : যিটো মিছা বা মনেসজা নহয়
ಉದಾಹರಣೆ : তেওঁ ্ভাৰত মাতৃৰ সঁ্চা সন্তান
ಸಮಾನಾರ್ಥಕ : প্রকৃত
ಅರ್ಥ : যিটো বাস্তৱত আছে বা হৈছে
ಉದಾಹರಣೆ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
ಸಮಾನಾರ್ಥಕ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
ಸ್ಥಾಪನೆ