ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ষড়যন্ত্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ষড়যন্ত্র   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা

ಉದಾಹರಣೆ : চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে

ಸಮಾನಾರ್ಥಕ : দূৰভিসন্ধি

ಅರ್ಥ : কাৰোবাক অনিষ্ট কৰিবলৈ বা ঠগিবলৈ একাধিক লোকে কৰা গোপন চুক্তি

ಉದಾಹರಣೆ : গীতা ৰাধা আৰু মোহনৰ গভীৰ ষড়যন্ত্রৰ চিকাৰ হʼল

ಸಮಾನಾರ್ಥಕ : চক্রান্ত, মতণ্ডা

ಅರ್ಥ : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন

ಉದಾಹರಣೆ : চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল

ಅರ್ಥ : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল

ಉದಾಹರಣೆ : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব

ಸಮಾನಾರ್ಥಕ : কাৰচাজী, চাতুৰি

ಅರ್ಥ : ছলনা কৰা কার্য

ಉದಾಹರಣೆ : তোমাৰ ছলনা কৰাৰ কোনো দৰকাৰ নাই

ಸಮಾನಾರ್ಥಕ : কাৰচাজি, চতুৰালি, ছলনা