ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি শুই আছে বা নিদ্রাত আছে
ಉದಾಹರಣೆ : শোৱাজনক নজগাবা
ಸಮಾನಾರ್ಥಕ : সুপ্ত
ಅರ್ಥ : শোৱা কার্য
ಉದಾಹರಣೆ : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
ಸಮಾನಾರ್ಥಕ : শয়ন
ಅರ್ಥ : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
ಉದಾಹರಣೆ : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
ಸಮಾನಾರ್ಥಕ : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
ಸ್ಥಾಪನೆ