ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিৱৰ উপাসক বা ভক্ত
ಉದಾಹರಣೆ : শিৱ মন্দিৰত এজন শৈৱই ধূনি জ্বলায় আছে
ಸಮಾನಾರ್ಥಕ : শিৱভক্ত
ಅರ್ಥ : শিৱৰ উপাসকসকলৰ সম্প্রদায়
ಉದಾಹರಣೆ : শিৱ ভক্ত সকলৰ লগত থাকি থাকি ্তেওঁ শৈৱ সম্প্রদায়ত অন্তর্ভূক্ত হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : শৈৱ সম্প্রদায়
ಅರ್ಥ : শিৱ সম্বন্ধী বা শিৱৰ
ಉದಾಹರಣೆ : এজন শিৱভক্তই শৈৱ মতৰ ওপৰত এখন কিতাপ লিখি আছে
ಸ್ಥಾಪನೆ