ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শৈলী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শৈলী   বিশেষ্য

ಅರ್ಥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ಉದಾಹರಣೆ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

ಸಮಾನಾರ್ಥಕ : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, ৰীতি

ಅರ್ಥ : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ

ಉದಾಹರಣೆ : সুৰদাসৰ ভাষাশৈলী সৰল আছিল

ಸಮಾನಾರ್ಥಕ : ভাষাশৈলী

ಅರ್ಥ : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা

ಉದಾಹರಣೆ : সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে