ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধর্ম অনুসৰি পবিত্র হোৱা অৱস্থা
ಉದಾಹರಣೆ : গংগাজলৰ পবিত্রতাত কোনো সন্দেহ নাই
ಸಮಾನಾರ್ಥಕ : পবিত্রতা, শুচিতা
ಅರ್ಥ : বিশুদ্ধ হোৱাৰ অৱস্থা
ಉದಾಹರಣೆ : সোণাৰীয়ে সোণ দেখিয়েই তাৰ বিশুদ্ধতা প্রমাণ পায়
ಸಮಾನಾರ್ಥಕ : বিশুদ্ধতা, বিশুদ্ধি, যথার্থত্া, সাৰবত্তা
ಅರ್ಥ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
ಸಮಾನಾರ್ಥಕ : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, স্বচ্ছতা
ಸ್ಥಾಪನೆ