ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শুদ্ধ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শুদ্ধ   বিশেষ্য

ಅರ್ಥ : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য

ಉದಾಹರಣೆ : পূজাৰ আগতে পৱিত্র কৰা হয়

ಸಮಾನಾರ್ಥಕ : পৱিত্র

শুদ্ধ   বিশেষণ

ಅರ್ಥ : যʼত কোনো ময়লা বা কলুষতা নাই

ಉದಾಹರಣೆ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

ಸಮಾನಾರ್ಥಕ : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, স্বচ্ছ

ಅರ್ಥ : যিটো ভুল নহয়

ಉದಾಹರಣೆ : শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক

ಅರ್ಥ : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ

ಉದಾಹರಣೆ : কাশী এখন পৱিত্র ঠাই

ಸಮಾನಾರ್ಥಕ : নি্র্মল, পুণ্য, পূত, পৱিত্র, সাত্ত্বিক

ಅರ್ಥ : ভেজাল নাইকিয়া ভাল বস্তু

ಉದಾಹರಣೆ : আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই

ಸಮಾನಾರ್ಥಕ : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ