ಅರ್ಥ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে
ಉದಾಹರಣೆ :
পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়
ಸಮಾನಾರ್ಥಕ : শুক্রাণু
ಅರ್ಥ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়
ಉದಾಹರಣೆ :
তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে
ಸಮಾನಾರ್ಥಕ : বী্র্য
ಅರ್ಥ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ
ಉದಾಹರಣೆ :
বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে
ಸಮಾನಾರ್ಥಕ : শুকুৰ, শুক্র-গ্রহ