ಅರ್ಥ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
ಉದಾಹರಣೆ :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
ಸಮಾನಾರ್ಥಕ : বাষ্পীভূত কৰা
ಅರ್ಥ : আদ্রতা দূৰ কৰা
ಉದಾಹರಣೆ :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
ಅರ್ಥ : সজীৱতা বা সতেজতা ভাব নথকা
ಉದಾಹರಣೆ :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
ಅರ್ಥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
ಉದಾಹರಣೆ :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
ಸಮಾನಾರ್ಥಕ : শুকাই যোৱা