ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শুকাই যোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শুকাই যোৱা   ক্ৰিয়া

ಅರ್ಥ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

ಉದಾಹರಣೆ : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

ಸಮಾನಾರ್ಥಕ : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

ಅರ್ಥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ಉದಾಹರಣೆ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

ಸಮಾನಾರ್ಥಕ : জঁই ্পৰা, লেৰেলা

ಅರ್ಥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

ಉದಾಹರಣೆ : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

ಸಮಾನಾರ್ಥಕ : শুকোৱা

ಅರ್ಥ : উজ্জ্বলতা কমি যোৱা

ಉದಾಹರಣೆ : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

ಸಮಾನಾರ್ಥಕ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা