ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিষ্ট ৰূপত বা শিষ্টতা সহিত
ಉದಾಹರಣೆ : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : ভদ্র, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
ಅರ್ಥ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
ಸಮಾನಾರ್ಥಕ : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, সভ্য, ৰুচিবান
ಸ್ಥಾಪನೆ