ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিলৰ টুকুৰা
ಉದಾಹರಣೆ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
ಅರ್ಥ : সৰু আকাৰৰ শিল
ಉದಾಹರಣೆ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ಸಮಾನಾರ್ಥಕ : পাথৰ, শিল
ಅರ್ಥ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : পাথৰ
ಸ್ಥಾಪನೆ