ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সৰু আকাৰৰ শিল
ಉದಾಹರಣೆ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ಸಮಾನಾರ್ಥಕ : পাথৰ, শিলগুটি
ಅರ್ಥ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ಉದಾಹರಣೆ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ಸಮಾನಾರ್ಥಕ : পাথৰ, প্রস্তৰ, শিলাখণ্ড
ಅರ್ಥ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
ಉದಾಹರಣೆ : বৰষুণৰ লগে-লগে শিলো পৰিছে
ಸಮಾನಾರ್ಥಕ : শিল বৰষুণ
ಅರ್ಥ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
ಸ್ಥಾಪನೆ