ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
ಉದಾಹರಣೆ : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
ಸಮಾನಾರ್ಥಕ : চূড়া, শিখৰ
ಅರ್ಥ : জুইৰ আগ
ಉದಾಹರಣೆ : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
ಸಮಾನಾರ್ಥಕ : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
ಅರ್ಥ : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
ಉದಾಹರಣೆ : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
ಸಮಾನಾರ್ಥಕ : টিকনি, টিকি
ಅರ್ಥ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
ಉದಾಹರಣೆ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
ಸಮಾನಾರ್ಥಕ : অগ্র, আগ
ಸ್ಥಾಪನೆ