ಅರ್ಥ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ಉದಾಹರಣೆ :
শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, সাক্ষৰ, সুশিক্ষিত
ಅರ್ಥ : লিখা-পঢ়া জনা বা শিক্ষা গ্রহণ কৰা ব্যক্তি
ಉದಾಹರಣೆ :
শিক্ষিতজনেহে দেশৰ নেতৃত্ব দিয়া উচিত
ಸಮಾನಾರ್ಥಕ : পঢ়া-লিখা ব্যক্তি, সাক্ষৰ