ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
ಉದಾಹರಣೆ : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
ಸಮಾನಾರ್ಥಕ : ???
ಅರ್ಥ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
ಉದಾಹರಣೆ : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
ಸಮಾನಾರ್ಥಕ : শাল গছ
ಅರ್ಥ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
ಉದಾಹರಣೆ : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
ಅರ್ಥ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ಉದಾಹರಣೆ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
ಸಮಾನಾರ್ಥಕ : কীলক, স্থানু
ಸ್ಥಾಪನೆ