ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শান্তি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শান্তি   বিশেষ্য

ಅರ್ಥ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

ಅರ್ಥ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

ಉದಾಹರಣೆ : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

ಸಮಾನಾರ್ಥಕ : প্রশান্তি

ಅರ್ಥ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

ಉದಾಹರಣೆ : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

ಸಮಾನಾರ್ಥಕ : আৰাম

ಅರ್ಥ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

ಉದಾಹರಣೆ : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

ಸಮಾನಾರ್ಥಕ : সুখ

ಅರ್ಥ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

ಉದಾಹರಣೆ : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

ಅರ್ಥ : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

ಉದಾಹರಣೆ : যোগ সাধনে মনলৈ শান্তি আনে

ಸಮಾನಾರ್ಥಕ : প্রশান্তি, স্বস্তি, ্শাঁতি

ಅರ್ಥ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

ಸಮಾನಾರ್ಥಕ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা