ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
ಸಮಾನಾರ್ಥಕ : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
ಅರ್ಥ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ಉದಾಹರಣೆ : এই সংস্থাৰ পাঁচটা অংগ আছে
ಸಮಾನಾರ್ಥಕ : অংগ
ಅರ್ಥ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ಉದಾಹರಣೆ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
ಸಮಾನಾರ್ಥಕ : সম্প্রদায়
ಸ್ಥಾಪನೆ