ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শতক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শতক   বিশেষ্য

ಅರ್ಥ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা

ಉದಾಹರಣೆ : দহৰ দহ গুণ এশ

ಸಮಾನಾರ್ಥಕ : এশ, ১০০

ಅರ್ಥ : এশ বছৰ কাল

ಉದಾಹರಣೆ : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি

ಸಮಾನಾರ್ಥಕ : শতাব্দী, শতিকা

ಅರ್ಥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ

ಉದಾಹರಣೆ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে

ಸಮಾನಾರ್ಥಕ :

ಅರ್ಥ : এশৰ সমূহ বা গোট

ಉದಾಹರಣೆ : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে

ಸಮಾನಾರ್ಥಕ : এশ, ১০০

ಅರ್ಥ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান

ಉದಾಹರಣೆ : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে