ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শক্তি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শক্তি   বিশেষ্য

ಅರ್ಥ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ಉದಾಹರಣೆ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

ಸಮಾನಾರ್ಥಕ : এনার্জি, ক্ষমতা, তেজ

ಅರ್ಥ : শৰীৰৰ বল

ಉದಾಹರಣೆ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

ಸಮಾನಾರ್ಥಕ : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

ಅರ್ಥ : প্রাকৃতিক ভাণ্ডাৰ

ಉದಾಹರಣೆ : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

ಅರ್ಥ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

ಉದಾಹರಣೆ : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

ಅರ್ಥ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

ಸಮಾನಾರ್ಥಕ : ক্ষমতা, সামর্থ্য

ಅರ್ಥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ಉದಾಹರಣೆ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : অধিকাৰ

ಅರ್ಥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

ಉದಾಹರಣೆ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

ಸಮಾನಾರ್ಥಕ : চাপ

ಅರ್ಥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ಉದಾಹರಣೆ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

ಸಮಾನಾರ್ಥಕ : জোৰ, তেজ, পৰাক্রম, বল, শকতি