ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শৰীৰৰ বল
ಉದಾಹರಣೆ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
ಸಮಾನಾರ್ಥಕ : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
ಅರ್ಥ : কিবা কৰিব পৰা শক্তি
ಉದಾಹರಣೆ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
ಸಮಾನಾರ್ಥಕ : সামর্থ্য
ಅರ್ಥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ಉದಾಹರಣೆ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
ಸಮಾನಾರ್ಥಕ : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
ಸ್ಥಾಪನೆ