ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ಉದಾಹರಣೆ : এই গাড়ীখনে বহুত পেট্রʼল খায়

ಸಮಾನಾರ್ಥಕ : খোৱা

ಅರ್ಥ : উদাহৰণ হিচাপে লোৱা

ಉದಾಹರಣೆ : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

ಸಮಾನಾರ್ಥಕ : লৈ লোৱা

ಅರ್ಥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ಉದಾಹರಣೆ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ಸಮಾನಾರ್ಥಕ : কোৱা

ಅರ್ಥ : ভাড়াত কোনো যান-বাহন আদি লোৱা

ಉದಾಹರಣೆ : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

ಸಮಾನಾರ್ಥಕ : ঠিক কৰা

ಅರ್ಥ : বাচি লোৱা

ಉದಾಹರಣೆ : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

ಅರ್ಥ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ಉದಾಹರಣೆ : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

ಸಮಾನಾರ್ಥಕ : ধৰা

ಅರ್ಥ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : গ্রহণ কৰা

ಅರ್ಥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ಉದಾಹರಣೆ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : গ্রহণ কৰা, স্বীকাৰ কৰা

ಅರ್ಥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উৰা, পিন্ধা, পৰিধান কৰা

ಅರ್ಥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ಉದಾಹರಣೆ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

ಸಮಾನಾರ್ಥಕ : গ্রহণ কৰা, স্বীকাৰ কৰা